বড়ো জনগোষ্ঠীসকলৰ বিয়া নামৰ এফাঁকি কেনেধৰণৰ ?

উত্তৰঃ বড়ো জনগোষ্ঠীৰ লোকসকলে বিয়াৰ সময়ত পৰিৱেশন কৰা গীতৰ এফাঁকি এনেধৰণৰ- “জয় দহনি হলায় বায়

বৰ থৈনা অংখাৰ বায়

জয় জয় বেংনা নৈ

খুঅৰাখ চিদিংবায়।”