ব’হাগ বিহুত কিয় এশ এবিধ শাক খোৱাৰ নিয়ম আছে ?

উত্তৰঃ অসমীয়া জাতীয় জীৱনৰ পৰম্পৰা অনুসৰি ব’হাগ বিহুৰ পৰাই নতুন বছৰ বুলি ধৰা হয় আৰু বছৰৰ আৰম্ভণিতে এশ এবিধ শাক খালে মানুহৰ বছৰটোৰ বাবে স্বাস্থ্য়বান হয় বুলি জনবিশ্বাস আছে বাবে খোৱাৰ নিয়ম আছে ।