ব’হাগ বিহুৰ সময়ত অসমৰ জীয়াৰী-বোৱাৰীহঁতে হাতত, নখত কি ৰং ঘঁহাৰ পৰম্পৰা প্ৰচলিত আছে ?

উত্তৰঃ জেতুকা পাত পিহি লৈ ৰং হিচাপে ব্য়ৱহাৰ কৰে ।