বাথৌ বুঢ়ীৰ থাপনা কোন দিশত স্থাপন কৰা হয় ?

উত্তৰঃ চোতালৰ উত্তৰ পূব দিশত এজুপি সিজু গছ ৰুই তাৰ গুৰিত বেদী তৈয়াৰ কৰা আৰু বেদীৰ চাৰিওফালে বাহেৰে বেৰা দিয়া হয় ।