বিদ্যুত | Chapter 12 | Class 7 New Science Question And Answer Jatiya Bidyalay | Class 7 New Science Solution AJB |

অধ্যায়ঃ ১২

বিদ্যুত

  1. চমু উত্তৰ দিয়া :

a ) টর্চ লাইট এটাত কিহে বিদ্যুতৰ যােগান ধৰে ?

উত্তৰঃ টৰ্চ লাইট এটাত বেটাৰিয়ে বিদ্যুতৰ যোগান ধৰে।

b ) বর্তনী এটাত থকা মূল উপাংশ কেইটা আৰু কি কি ? )

উত্তৰঃ বৰ্তনী এটাত থকা মূল উপাংশ

c) বিদ্যুৎপ্রবাহৰ তাপীয় ক্রিয়া কাক বােলে ?

উত্তৰঃ তাঁৰ এডালৰ মাজেৰে বিদ্যুত প্ৰৱাহিত হ’লে তাঁৰডাল উত্তপ্ত হয়। ইয়াকে বিদ্যুত প্ৰবাহৰ তাপীয় ক্ৰিয়া বোলে।

d ) বিদ্যুৎপ্রবাহৰ তাপীয় ক্রিয়া ব্যৱহাৰ হােৱা তিনিবিধ সঁজুলিৰ নাম লিখা ।

উত্তৰ ঃ বৈদ্যুতিক বাল্ব, ইস্ত্ৰি,

e )বৈদ্যুতিক বাল্ব ফিলামেন্টডাল কি পদাৰ্থৰে তৈয়াৰ কৰা হয় ?

উত্তৰঃ বৈদ্যুতিক বাল্বৰ ফিলামেন্টডাল টাংষ্টেন নামৰ এবিধ পদাৰ্থৰে তৈয়াৰ কৰা হয়।

f ) ফিউজ কি ? কি নীতিৰ ওপৰত ভিত্তি কৰি ফিউজ সজা হয় ?

উত্তৰঃ ফিউজ হ’ল এবিধ সুৰক্ষা আহিলা। ফিউজ সজা নীতিটো হ’ল- কোনো এবিধ পদাৰ্থই এক নিদিৰ্ষ্ট উষ্ণতা লাভ কৰিলে পদাৰ্থবিধ গলি যায়।

g ) সাধাৰণ ফিউজ ব্যৱহাৰ কৰাতকৈ এমচিবি ব্যৱহাৰ কৰাৰ এটা সুবিধা উল্লেখ কৰাঁ । .

উত্তৰঃ সাধাৰণ ফিউজ ব্যৱহাৰ কৰাতকৈ এম চি. বি. ব্যৱহাৰ কৰাৰ এটা সুবিধা হ’ল-

ঘৰত লাগিব পৰা অগ্নিকাণ্ডৰ পৰা ৰক্ষা পাব পাৰি।

  1. শুদ্ধ উত্তৰটো বাছি উলিওরা :

i ) তলৰ কোনবিধ সুৰক্ষা আহিলা ?

a ) ছুইচ b ) এলইডি c) ফিউজ d ) বেটাৰি

উত্তৰঃ ) C) ফিউজ

ii ) অত্যধিক বিদ্যুৎপ্রবাহ চালিত হােৱাৰ ফলত হ’ব পৰা দুৰ্ঘটনাৰপৰা ৰক্ষা পাবলৈ তলৰ কোনবিধ আহিলা ব্যৱহাৰ কৰা হয় ?

a ) এমচিবি b ) এলইডি c ) ছুইচ d ) ৰােধ

উত্তৰঃ a ) এমচিবি

iii ) বিদ্যুৎ আৰু চুম্বকৰ মাজত সম্পর্ক থকা বুলি পােনপ্রথমে কোনে প্রমাণ কৰিছিল ?

a ) অৰ’ষ্টেডে b ) আইনষ্টাইনে c ) হাইজেনবার্গে d ) ৰাৰফৰ্ডে

উত্তৰঃ a ) অৰ’ষ্টেডে

iv ) তলৰ কোনবিধ আহিলাত বিদ্যুৎচুম্বক ব্যৱহাৰ হয় ?

a ) কলিং বেল বা বৈদ্যুতিক ঘণ্টা b ) ৰেফ্রিজাৰেটৰ c ) বাল্ব d ) ইস্ত্রি

উত্তৰঃ a ) কলিং বেল বা বৈদ্যুতিক ঘণ্টা

v ) অমিলটো বাছি উলিওৱা

a ) এম চি বি b ) কাট আউট c ) ফিউজ d ) ছুইচ

উত্তৰঃb ) কাট আউট

  1. তলত দিয়া বৈদ্যুতিক উপাংশবােৰৰ চিহ্ন অংকন কৰাঁ ।

a ) বিদ্যুৎকোষ b ) পৰিবাহী c ) বৈদ্যুতিক বাল্ব d ) ছুইচ

  1. এটা বেটাৰি , এটা বাল্ব আৰু এটা ছুইচ থকা বর্তনী এটাৰ চিত্র অংকন কৰাঁ ।
  2. বাল্ক এটা জ্বলাই থ’লে গৰম হয় কিয় ?

উত্তৰঃ বাল্ব এটা জ্বলাই থ’লে গৰম হয় কাৰণ- বাল্বৰ ফিলামেন্ট ডালত অধিক পৰিমাণৰ তাপ উৎপন্ন হয়।

  1. বিদ্যুৎপ্রবাহৰ তাপীয় ক্রিয়া দেখুৱাবলৈ এটা পৰীক্ষা বর্ণনা কৰাঁ ।

উত্তৰঃ

  1. বৈদ্যুতিক বাল্ব এটাই কেনেদৰে পােহৰ দিয়ে ?

উত্তৰঃ

৪. বৈদ্যুতিক বাল্বৰ ফিলামেন্টডাল টাংষ্টেনেৰে তৈয়াৰ কৰা হয় কিয় ?

উত্তৰঃ

  1. বৈদ্যুতিক বাল্ব এটাৰ মাজেৰে অতি বেছি পৰিমাণৰ বিদ্যুৎপ্রবাহ চালিত হলে তুমি কি ঘটিব বুলি আশা কৰা

উত্তৰঃ

  1. ফিউজ এটা কেনেদৰে সজা হয় ? ই কেনেদৰে কাম কৰে ?

উত্তৰঃ

  1. অৰ’ষ্টেডৰ পৰীক্ষাটো চিত্রসহ বর্ণনা কৰাঁ ।

উত্তৰঃ

  1. লােৰ গজাল এটাক কি পদ্ধতিৰে বিদ্যুৎচুম্বকলৈ পৰিৱৰ্তন কৰিব পাৰি বৰ্ণনা কৰাঁ ।

উত্তৰঃ

  1. খালী ঠাই পূৰ কৰা

a ) টাংষ্টেনৰ গলনাংক তামতকৈ । ( বেছি / কম )

উত্তৰঃ