বিহুতলীবোৰক প্ৰধানকৈ কি কি ভাগত বিভক্ত কৰিব পাৰি ?

উত্তৰঃ আঞ্চলিক বিহুতলী, কেন্দ্ৰীয় বিহুতলী, প্ৰতিষ্ঠান পোষিত বিহুতলী ।