বিহুৰ সময়ত অসমীয়া গৃহিণীয়ে তৈয়াৰ কৰা কেইবিধমান জলপান নাম কি ?

উত্তৰঃ পিঠাগুড়ি, চিৰা, সান্দহ, কোমল চাউল, হুৰুম, আখৈ, ভজা চাউল আদি ।