বিহু মৰাৰ সময়ত বজোৱা ‘ঢোল’টোৰ গঠন কেনে হয় ?

উত্তৰঃ এহাত-এমুঠিমান দীঘল, সোঁফালে ঠেক আৰু বাওঁফালে বহল হয় ।