‘বিহু’ শব্দৰ উৎপত্তি ক’ৰ পৰা হৈছিল ?

উত্তৰঃ ‘বিহু’ শব্দৰ উৎপত্তি সংস্কৃত ভাষাৰ বিষুব বা বিষুবণ শব্দৰ পৰা আহিছে বুলি এচাম পণ্ডিতে মতপোষণ কৰে যদিও আন এচাম পণ্ডিতে বড়ো ভাষাৰ ‘বৈশাগু’ শব্দৰ পৰা আহিছে বুলি কয় । ‘বিহু’ শব্দৰ উৎপত্তি সম্বন্ধে এই দুটা সংজ্ঞাকে মানি লোৱা হয় ।