বিহু সন্মিলনবোৰত কি কি প্ৰতিযোগিতা অনুষ্ঠিত হয় ?

উত্তৰঃ বিহুৱতী, বিহুৱা, হুঁচৰি, জেং বিহু, মুকলি বিহু, ঢুলীয়া, পেঁপুৱা, মৌ কুঁৱৰী, বিহু কুঁৱৰী, বিহু ৰাণী, বিহু সম্ৰাজ্ঞাী আদি ।