বুৰঞ্জীমূলক বেলাডৰ অন্তৰ্গত বিভিন্ন গীতসমূহ কি ?

উত্তৰঃ বুৰঢঞ্জীমূলক বেলাডৰ অন্তৰ্গত বিভিন্ন গীতসমূহ এনেধৰণৰ – জয়মতী কুৱঁৰীৰ গীত, পদুম কুৱঁৰীৰ গীত, নাহৰ চেনামুৱাৰ গীত, হৰদত্ত-বীৰদত্তৰ গীত, চিকুণ সৰিয়হৰ গীত, মণিৰাম দেৱামৰ গীত, বদন বৰফুকনৰ গীত, আজান ফকীৰৰ গীত, গান্ধী গীত আদি অন্যতম।