বৌদ্ধধৰ্মী টাইসকলে মেজিক কি বুলি কয় ?

উত্তৰঃ বৌদ্ধধৰ্মী টাইসকলে মেজিক মাইকু বুলি কয় ।