ব্য়াসৰ ওজাত কেনেধৰণৰ গীত পৰিৱেশন কৰা হয় ?

উত্তৰঃ ব্য়াসৰ ওজাত ৰামায়ণ-মহাভাৰতৰ কাহিনীক লৈ ৰচনা কৰা বৈষ্ণৱী গীত পৰিৱেশন কৰা হয় ।