বৰ্জিত পানীৰ ব্যৱস্থাপনা | Chapter 18 | Class 7 Chapter 18 Question And Answer Jatiya Bidyalay | Class 7 Chapter 18 Solution AJB |

অধ্যায়ঃ ওঠৰ

বৰ্জিত পানীৰ ব্যৱস্থাপনা

  1. শুদ্ধ উত্তৰটো বাছি উলিওৱা

i ) বর্জিত পানী হল—

a ) বিশুদ্ধ পানী b ) এবাৰ ব্যৱহৃত পানী c ) ফটফটীয়া পানী d ) পৃষ্ঠ জল

উত্তৰঃ b ) এবাৰ ব্যৱহৃত পানী

ii ) তলৰ কোনটো পানী শােধনৰ যান্ত্রিক পদ্ধতি ?

a ) বর্জ্যদ্রব্য পৃথকীকৰণ b ) বর্জ্যদ্রব্যৰ পচন c ) নিবীর্জকৰণ d ) এটাও নহয়

উত্তৰঃ b ) বর্জ্যদ্রব্যৰ পচন

iii ) বর্জিত পানী শোধন কেন্দ্ৰৰ তলিত জমা হােৱা দ্রব্যবিধ হ’ল—

a ) প্রতি বা গেদ b ) অধঃক্ষেপ c ) পুতি – জল d ) এটাও নহয়

উত্তৰঃ a ) প্রতি বা গেদ

iv ) তলৰ কোনটোৱে পুতি – জলত থকা সর্বাধিক আৱৰ্জনা দূৰ কৰে ?

a ) উলম্ব দণ্ডবােৰে b ) বােকা বালি কক্ষই c ) বাতায়ন কক্ষই d ) অবক্ষেপণ টেংকে

উত্তৰঃ d ) অবক্ষেপণ টেংকে

v ) বর্জিত পানীৰ উপযুক্ত ব্যৱস্থাপনা নাথাকিলে কি হ’ব পাৰে ?

a ) ৰােগ b ) পানী যােগান ব্যৱস্থা প্ৰদূষিত c ) জল – প্ৰদূষণ d ) গােটেইবােৰ

উত্তৰঃ a ) ৰােগ

  1. খালী ঠাই পূৰ কৰা ;

i ) পানীৰ বিশুদ্ধিকৰণ মানে হ’ল পানীৰপৰা বৰ্জিত পদাৰ্থ নিমূলকৰণ ।

ii ) ঘৰুৱা কাম – কাজৰপৰা উৎপাদিত বর্জিত পানীক পুতি-জল বােলে ।

iii ) শুকান_সাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰি ।

iv ) কলেৰা ৰােগৰ বীজাণু পানীত থাকে । ( কলেৰা / ধনুষ্টংকাৰ কেঞ্চাৰ )

v ) পানী শােধনৰ প্রথম পর্যায়ত জৈৱ – অশুদ্ধি দূৰ কৰা হয় । ( প্রথম / দ্বিতীয় / তৃতীয় )

  1. চমু উত্তৰ দিয়া :

i ) বর্জিত জল বুলিলে কি বুজা ? ইয়াত কি কি থাকে ?

উত্তৰঃ যিবোৰ জল এবাৰ ব্যৱহাৰ কৰাৰ পাছত

ii ) বর্জিত পানী শােধনৰ পর্যায় তিনিটা কি কি ?

iii ) বর্জিত পানী শােধনৰ প্ৰাথমিক আৰু দ্বিতীয় পর্যায় দুটা পার্থক্য লিখা ।

iv ) শােধিত পানী কিদৰে পুনৰ ব্যৱহাৰ কৰিব পাৰি ?

v ) পৰিশােধন কেন্দ্ৰত উৎপাদিত পুতি বা গেদবােৰ কি কৰা হয় ?

vi ) ৰাজহুৱা স্থান বা ঘৰতাে বর্জিত পানীৰ কিয় সুব্যৱস্থাপনা কৰা দৰকাৰ ?

vii ) পানীৰ নির্বীজকৰণত ব্যৱহৃত দুটা ৰাসায়নিক পদার্থৰ নাম লিখা ।

  1. উত্তৰ দিয়া

i ) বর্জিত পানীৰ উৎসবােৰ আলােচনা কৰাঁ ।

ii ) ) নর্দমা ব্যৱস্থাৰ বিষয়ে লিখা ।

ii ) পৰিশােধন কেন্দ্ৰত বর্জিত পানী কেনে ধৰণে শােধন কৰা হয় লিখা ।

iv ) বর্জিত পানীৰ পৰিমাণ হ্রাস কৰিবৰ বাবে কি কি ব্যৱস্থা ল’ব পাৰি লিখা ।

v ) বর্জিত পানীৰ পৰিকল্পিত ব্যৱস্থা অবিহনে হ’ব পৰা বিপদসমূহ আলােচনা কৰা ।।

vi ) নর্দমা ব্যৱস্থা নথকা অঞ্চলত বর্জিত পানীৰ ব্যৱস্থাপনা কিদৰে কৰা হয় আলােচনা কৰাঁ ।