ভাৰতত তুর্কী – আফগানৰ শাসন | Chapter 2 | Class 7 Social Science Chapter 2 Question And Answer Jatiya Vidyalaya | Class 7 Social Science Chapter 2 Solution AJB |

ভাৰতত তুর্কী – আফগানৰ শাসন

অধ্যায় – ২

১। সম্পূর্ণ বাক্যত উত্তৰ দিয়া :

(ক) চুলতান মামুদ কোন ৰাজ্যৰ চুলতান আছিল ?

উত্তৰঃ

(খ) কিমান খ্রি.ৰপৰা কিমান খ্রি.লৈকে চুলতান মামুদে সৰ্বমুঠ ১৭ বাৰ ভাৰত আক্ৰমণ কৰিছিল ?

উত্তৰঃ

(গ) চুলতান মামুদৰ আক্ৰমণক বাধা দিয়াৰ বাবে চেষ্টা চলােৱা ভাৰতৰ উত্তৰ – পশ্চিম সীমান্তৰ ৰজাজন আৰু তেওঁৰ ৰাজ্যখনৰ নাম লিখা ।

উত্তৰঃ

( ঘ ) ১০২৫ খ্রি.ত চুলতান মামুদে আক্রমণ কৰা ভাৰতৰ বিখ্যাত মন্দিৰটোৰ নাম কি আছিল ?

উত্তৰঃ

( ঙ ) চাহাবুদ্দিন মহম্মদ নামৰ ব্যক্তিজন ইতিহাসৰ পাতত কি নামেৰে বিখ্যাত ?

উত্তৰঃ

( চ ) মহম্মদ ঘােৰীয়ে কোন অংশইদি ভাৰতত প্ৰৱেশ কৰিছিল ?

উত্তৰঃ

( ছ ) তৰাইনৰ প্ৰথম আৰু দ্বিতীয় যুদ্ধ কোন কোন খ্রি.ত সংঘটিত হৈছিল?

উত্তৰঃ

(জ ) ভাৰতত দাস বংশৰ প্ৰতিষ্ঠাপক চুলতানজনৰ নাম লিখা ।

উত্তৰঃ

( ঝ ) কুতুবমিনাৰৰ নির্মাণকার্য কোনে সম্পূর্ণ কৰােৱাইছিল ?

উত্তৰঃ

( ঞ ) গিয়াছুদ্দিন বলবনে নিজকে কি বুলি ঘােষণা কৰিছিল ?

উত্তৰঃ

( ট ) খিলিজি বংশৰ প্ৰতিষ্ঠাপক চুলতানজনৰ নাম লিখা ।

উত্তৰঃ

( ঠ ) কিমান খ্রি.ত আল্লাউদ্দিন খিলিজি দিল্লীৰ চুলতান হৈছিল ?

উত্তৰঃ

(ড) ডেকাকালত মহম্মদ বিন টোগলক কি নামেৰে পৰিচিত আছিল ?

উত্তৰঃ

(ঢ) টাইমূৰ কোন ৰাজ্যৰ শাসনকর্তা আছিল ?

উত্তৰঃ

(ণ) ১৫২৬ খ্রি.ত সংঘটিত হােৱা বিখ্যাত যুদ্ধখনৰ নাম লিখা ।

উত্তৰঃ

২. যথাযথ উত্তৰ লিখা :

(ক ) চুলতান মামুদৰ ভাৰত আক্ৰমণৰ উদ্দেশ্য সম্পর্কে এটা টোকা লিখা ।

উত্তৰঃ

( খ ) চুলতান মামুদে সহজেই ভাৰত জয় কৰাৰ কাৰণ সম্পর্কে চমুৱাই লিখা ।

উত্তৰঃ

( গ ) মহম্মদ ঘােৰীয়ে কিয় ভাৰত আক্রমণ কৰিছিল ?

উত্তৰঃ

( ঘ ) তৰাইনৰ দ্বিতীয় যুদ্ধৰ ফলাফল ব্যাখ্যা কৰাঁ ।

উত্তৰঃ

( ঙ ) ফিৰােজ ছাহ টোগলকৰ জনহিতকৰ কামৰ বিষয়ে এটি বিৱৰণ লিখা ।

উত্তৰঃ

( চ ) টাইমূৰৰ ভাৰত আক্ৰমণৰ বিষয়ে এটি চমু বিৱৰণ লিখা ।

৩. চমু টোকা লিখা :

( ক ) কুতুবুদ্দিন আইবাকঃ-

( খ ) ইলতুৎমিছঃ-

( গ ) ৰেজিয়া চুলতান

( ঘ ) গিয়াছুদ্দিন বলবন ।

৪। চুলতান মামুদৰ ভাৰত আক্ৰমণৰ বিষয়ে বহলাই লিখা ।

উওৰ:-

৫। মহম্মদ ঘােৰীৰ ভাৰত আক্ৰমণ আৰু ইয়াৰ ফলাফল সম্বন্ধে বুজাই লিখা ।

উওৰ:-

৬। আল্লাউদ্দিন খিলিজিৰ প্রশাসনিক সংস্কাৰৰ বিষয়ে বুজাই লিখা ।

উওৰ:-

৮। চুলতান মহম্মদ বিন টোগলকৰ ৰাজত্বকালৰ গুৰুত্বপূর্ণ ঘটনাৱলী সম্পর্কে এটি বিৱৰণ লিখা ।

উওৰ:-

৯।দিল্লীত তুর্কী – চুলতান আমােলৰ পতনৰ কাৰণসমূহ বিশ্লেষণ কৰাঁ ।

উত্তৰঃ