মথনী উৎসৱত কেনেধৰণৰ কাহিনী উপস্থাপন কৰা হয় ?

উত্তৰঃ মথনী উৎসৱত দেৱতা-দানৱৰ সাগৰ মন্থনৰ কাহিনী আৰু দানৱৰ পৰাজয় আদিক অভিনয়ৰ জৰিয়তে উত্থাপন কৰা হয় ।