মথনী উৎসৱ মূলতঃঅসমৰ ক’ত পালন কৰা হয় ?

উত্তৰঃ মথনী উৎসৱ মূলতঃদৰং জিলাৰ কেতবোৰ সত্ৰত উদযাপন কৰি অহা হৈছে ।