মহাবীৰ জয়ন্তী কিয় পালন কৰা হয় ?

উত্তৰঃ মহাবীৰ জয়ন্তী জৈন ধৰ্মীসকলৰ মহাপুৰুষ মহাবীৰ তীৰ্থংকৰৰ জন্মদিন হিচাপে পালন কৰা হয় ।