মাঘ বিহু কেতিয়া অনুষ্ঠিত কৰা হয় ?

উত্তৰঃ পুহ মাহ যেতিয়া শেষ হয় আৰু মাঘ মাহ যেতিয়া আৰম্ভ হয়। অৰ্থাৎ দোমাহিৰ দিনা মাঘ বিহু পতা হয় ।