‘মুকলি বিহু’ মানে কি ?

উত্তৰঃ ডেকা-গাভৰুৱে গছৰ তলত বা মুকলি ঠাইত বিহু গাই মুকলিমূৰীয়াকৈ ভাব বিনিময় কৰা বিহু।