মেজি শব্দটো ক’ৰ পৰা উৎপত্তি হৈছে ?

উত্তৰঃ সংস্কৃত মেধঃ বা মেধ্য় শব্দৰ পৰা মেজি শব্দটো উৎপত্তি হৈছে। ইয়াৰ অৰ্থ হৈছে হোম ।