মৌখিক লোক-সংস্কৃতিৰ বিভিন্ন উপকৰণসমূহ কি কি ?

উত্তৰঃ মৌখিক লোক-সংস্কৃতিৰ বিভিন্ন উপকৰণসমূহ হ’ল – লোক সাহিত্য যেনে – লোকগীত, সাধুকথা, কিংবদন্তী, যোজনা গান, প্ৰবচন আদি ।