লখিমী সবাহত কেতিয়া অনুষ্ঠিত কৰা হয়?

উত্তৰঃ লখিমী সবাহ কাতি-আঘোন মাহত অনুষ্ঠাত ৰকা হয়। বহুতে কাতি মাহত লক্ষ্মী পূৰ্ণিমাৰ দিনাও লখিমী সবাহ অনুষ্ঠিত কৰে।