লেবুং বুমাণি নৃত্য় কিয় পৰিৱেশন কৰা হয় ?

উত্তৰঃ বৰ্ষা কালত ত্ৰিপুৰাৰ খেতিপথাৰত সমূহত লেবুং নামৰ এবিধ পতংগৰ উপদ্ৰব বৃদ্ধি পায়। সেই পতংগবিধ খেদোৱাৰ বাবেই বুমাণি নৃত্য় পৰিৱেশন কৰা হয় ।