লোক-সাহিত্যৰ অন্তৰ্গত বিষয়সমূহ কি কি ?

উত্তৰঃ লোক সাহিত্যৰ অন্তৰ্গত বিষয়সমূহ হৈছে- লোকবাণী যেনে – প্ৰবাদ বা প্ৰবচন, সাঁথৰ, ফকৰা-যোজনা, কৌতুক আদি ।