লোক-সাহিত্যৰ অন্তৰ্গত বিষয়সমূহ কি কি ?

উত্তৰঃ লোক সাহিত্যৰ অন্তৰ্গত বিষয়সমূহ হৈছে – লোকবাণী যেনে – প্ৰবাদ বা প্ৰবচন, সাঁথৰ , ফকৰা – যোজনা, কৌতুক আদি ।