লোক স্থাপত্য়সমূহৰ ভিতৰত অন্য়তম সম্পদসমূহ কি ?

উত্তৰঃ লোক স্থাপত্য়ৰ ভিতৰত অন্য়তম সম্পদসমূহ হৈছে বিভিন্ন দেৱালয়, দৌল, নামঘৰৰ ফুলচটি, লাইখুঁটা, মুখা, আৰিয়াঁ, তোৰণ আদি ।