শ্বাস-প্ৰশ্বাস | Chapter 3 | Class 7 New Science Chapter 3 Question And Answer | Class 7 New Science Chapter 3 Solution AJB |

অধ্যায়ঃ৩

শ্বাস-প্ৰশ্বাস

  1. খালী ঠাই পূৰ কৰা ।

a ) কোষীয় শ্বসনত খাদ্যৰ অক্সিজেন আৰু গ্লুকজৰ অণু ভাঙি গৈ শক্তি উৎপন্ন হয় ।

b ) ইষ্ট কোষত হােৱা অবাত শ্বসনক __ও বােলা হয় ।

c ) পেটৰ ভিতৰত থকা মধ্যচ্ছদা নামৰ, পেশীৰে গঠিত অংশটোৱে উশাহ – নিশাহত সহায় কৰে ।

d ) উদ্ভিদৰ পূৰঠ কাণ্ডৰ বাকলিত থকা বাতৰন্ধ্ৰ নামৰ ছিদ্ৰৰ দ্বাৰা পৰিবেশৰ লগত বায়ুৰ বিনিময় হয় ।

e ) সাগৰৰ পাৰৰ মেংপ্রুভ গছৰ শিপা শ্বাস-ক্ৰিয়া ৰ, বাবে মাটিৰ ওপৰলৈ ওলায় ।

  1. শুদ্ধ উত্তৰটো বাছি উলিওৱা ঃ

i ) পেশীকোষত হােৱা অবাত শ্বসনত কোনবিধ পদার্থ সৃষ্টি হয় ?

a ) হাইড্র’ক্লৰিক এছিড b ) এছেটিক এছিড c ) কার্বনিক এছিড d ) লেকটিক এছিড

উত্তৰঃ d ) লেকটিক এছিড

ii ) উশাহ লােৱাৰ সময়ত কামিহাড়বােৰ-

a ) ওপৰলৈ উঠে b ) তললৈ নামে c ) লৰচৰ নকৰে d ) উঠা – নমা কৰি থাকে

উত্তৰঃ a ) ওপৰলৈ উঠে

iii ) নিশাহত এৰি দিয়া বায়ুৰ উপাদানৰ ক্ষেত্ৰত কোনটো কথা শুদ্ধ ?

a ) কেৱল অক্সিজেন থাকে b ) কেৱল কার্বন ডাইঅক্সাইড থাকে c ) কেৱল জলীয় বাষ্প থাকে d ) আটাইবােৰ থাকে

উত্তৰঃ b ) কেৱল কার্বন ডাইঅক্সাইড থাকে

iv ) কেঁচুৱে কোনটো অংগ ব্যৱহাৰ কৰি শ্বাস – প্রশ্বাস লয় ?

a ) ক্ষুদ্র হওফাও b ) ছাল c ) ফুল d ) শ্বাসনালী

উত্তৰঃ b ) ছাল

v ) তলৰ কোনটো অংগ প্ৰাণীৰ শ্বাস – প্রশ্বাসৰ লগত জড়িত নহয় ?

a ) জলক্লোম b) কূটপট c ) ছাল d ) পত্ৰৰন্ধ্ৰ

উত্তৰঃ b) কূটপট

  1. অতি চমুকৈ উত্তৰ দিয়া :

a ) কি কি অৱস্থাত শ্বাস – প্রশ্বাসৰ হাৰ কম – বেছি হ’ব পাৰে ?

উত্তৰঃ

b ) খাদ্যৰ কোনবিধ উপাদানে প্রধানকৈ শক্তিৰ উৎস হিচাপে কাম কৰে ?

উত্তৰঃ

c ) উদ্ভিদদেহৰ কি কি অংগ পৰিবেশৰ লগত বায়ুৰ বিনিময়ত জড়িত থাকে ?

উত্তৰঃ

d ) লালুকীয়ে শ্বাস – প্রশ্বাসত কি অংগ ব্যৱহাৰ কৰে ?

উত্তৰঃ

e ) শ্বাস – প্রশ্বাসৰ বাবে ভেকুলীয়ে হাঁওফাওৰ উপৰিও কি অংগ ব্যৱহাৰ কৰে ?

উত্তৰঃ

  1. চমু উত্তৰ লিখা :

a ) কেঁচু , মাখি , ভেকুলী , জেঠী আৰু তিমি মাছৰ শ্বসনাংগৰ নাম লিখা ।

উত্তৰঃ

b ) উদ্ভিদৰ শিপাই কেনেদৰে শ্বাস – প্রশ্বাস লয় লিখা ।

উত্তৰঃ

c ) অধিক সময় ধৰি কঠোৰ পৰিশ্ৰম কৰাৰ অন্তত গা বিষায় কিয় ?

উত্তৰঃ

d ) আমি হাঁচি আৰু কাহ মাৰোঁ কিয় ?

উত্তৰঃ

e ) শ্বাস – প্রশ্বাসৰ হাৰ মানে কি ? প্রাপ্তবয়স্কসকলৰ এই হাৰৰ মান উল্লেখ কৰাঁ ।

উত্তৰঃ

  1. বর্ণনাত্মক প্রশ্ন :

a ) মানুহৰ উশাহ – নিশাহ লােৱা পদ্ধতিটো ব্যাখ্যা কৰাঁ ।

উত্তৰঃ

b ) প্রাণীয়ে কিয় শ্বাস – প্রশ্বাস লয় ? অবাত শ্বসন আৰু সবাত শ্বসনৰ মাজৰ অন্ততঃ চাৰিটা প্রভেদ লিখা।

উত্তৰঃ

d ) হাওফাওৰ বাহিৰে অন্য কি কি অংগৰ দ্বাৰা বিভিন্ন প্রাণীয়ে উশাহ – নিশাহ লয় বর্ণনা কৰা ।

উত্তৰঃ

  1. চিন্তা কৰি উত্তৰ লিখা ;

a ) মাটিত গজা উদ্ভিদৰ শিপা বহুদিন ধৰি পানীত বুৰ গৈ থাকিলে গছজোপা মৰহি যায় কিয় ?

উত্তৰঃ

b ) শিহু , তিমি আদিয়ে মাজে মাজে মূৰটো পানীৰ পৃষ্ঠৰ ওপৰলৈ উলিয়াই দিয়ে কিয় ?

উত্তৰঃ