সাগৰৰ পানী লুণীয়া কিয়?

উঃ সাগৰৰ পানীত বিভিন্ন ধৰণৰ অজৈৱ লৱণ হৈ থাকে। এইবোৰৰ ভিতৰত লোণ বা ছ’ডিয়াম ক্ল’ৰাইডৰ পৰিমাণ বেছি।