সুকনান্নী ওজাপালিক কেনেধৰণৰ গীত পৰিৱেশন কৰা হয় ?

উত্তৰঃ সুকনান্নী ওজাপালিক মনসা দেৱীৰ তুষ্টিৰ বাবে গীত পৰিৱেশন কৰা হয় ।