হাঁহৰ পাখি পানীত নিতিতে কিয়?

উঃ হাঁহৰ শৰীৰৰ নেজৰ ফালে তৈল গ্ৰন্থি নামৰ এক ধৰণৰ ‘গ্লেন্ড’ আছে। তাৰপৰা চৰ্বি বা তেলজাতীয় পদাৰ্থ বাহিৰ হৈ পাখিবোৰ সকলো সময়তে তৈলাক্ত কৰি ৰাখে।