হাতৰ আঙুলিত কি অলংকাৰ শোভাবৰ্ধন কৰে অসমীয়া নাচনীৰ ?

উত্তৰঃ চিৰিপতা, শেনেপতা, আঙুঠি, বাখৰুৱা, হীৰাপতা, জেঠীনেজীয়া, পাৰচকুৱা আদি।