‘হুঁচৰি’ত কি কি বাদ্য় বজোৱা হয় ?

উত্তৰঃ হুঁচৰিত বাঁহী, ঢোল, গগণা, সুতুলি, পেঁপা, টকা আদি বজোৱাৰ উপৰিও স্থানীয়ভাৱে প্ৰচলিত বাদ্য়যন্ত্ৰও বজায় ।