‘হুঁচৰি’ দলে কেনেধৰণৰ সাজপাৰ কৰাৰ নিয়ম প্ৰচলিত ?

উত্তৰঃ ‘হুঁচৰি’ দলে অসমৰ জাতীয় ঐতিহ্য় সূচক তথা স্থানীয়ভাৱে শিপিনীসকলে তৈয়াৰ কৰা সাজপাৰ কৰাৰ নিয়ম প্ৰচলিত।