হোজানিৰী নৃত্য়ৰ বিশেষত্ব কি ?

উত্তৰঃ হোজানিৰী নৃত্য় পৰিৱেশন কৰোতে ৰিয়াং জনগোষ্ঠীৰ লোকসতলে এটা মাটিৰ কলহৰ ওপৰত ঠিয় হৈ মূৰত লৈ সুন্দৰভাৱে নৃত্য় পৰিৱেশন কৰে ।