ৰংকেৰ উৎসৱৰ প্ৰধান বৈশিষ্ট্য় কি ?

উত্তৰঃ এই উৎসৱত মহিলা প্ৰবেশ নিষেধ আৰু উৎসৱ চলি থকা সময়ত পুৰুষসকলে মহিলাসকলৰ পৰা আতৰি তেওঁলোকৰ হঙত থাকে ।