ৰণ শিঙা আৰু খং শিঙা কেতিয়া বজোৱা হয় ?

উত্তৰঃ ৰণৰ সময়ত ৰণশিঙা বজোৱা হয় আৰু বিপদৰ সময়ত খং শিঙা বজাই মানুহক সাৱধান কৰা হয় ।