‘ৰাতি বিহু’ মানে কি ?

উত্তৰঃ ৰাতি গাঁৱৰ ডেকা-গাভৰুৱে কোনোবা গছৰ তলত যি বিহু মাৰিছিল সেয়েই হ’ল ৰাতি বিহু।