ৰাস পূৰ্ণিমাৰ সময়ত কি বিষয়ক লৈ ভাওনা অনুষ্ঠিত কৰা হয় ?

উত্তৰঃ ৰাস পূৰ্ণিমাৰ সময়ত শ্ৰীকৃষ্ণৰ জন্ম বৃত্তান্তকে আৰম্ভ কৰি বৃন্দাবনত গোপীসকলৰ সৈতে কৰা ধেমালীক, কংসবধ আদি ভাওনাৰ জৰিয়তে উপস্থাপন কৰা হয় ।