ৰেল ইঞ্জিনৰক আৱিস্কাৰক কোন? তেওঁ ক’ৰ মানুহ আছিল আৰু ৰেল ই ঞ্জিন কেতিয়া আৱিস্কাৰ কৰিছিল?

উঃ ৰিচাৰ্ড ট্ৰেৱিথিন। তেওঁইংলেণ্ডৰ মানুহ আছিল আৰু ১৮০৪ চনত ৰোল ইঞ্জিন আৱিস্কাৰ কৰিছিল।