প্ৰঃ ৰেল ইঞ্জিনৰ আৱিস্কাৰক কোন? তেওঁ ক’ৰ মানুহ আছিল আৰু ৰেল ইঞ্জিনৰ কেতিয়া আৱিস্কাৰ হৈছিল?

উঃ ৰিচাৰ্ড ট্ৰেৱিথিক। তেওঁইংলেণ্ডৰ মানুহ আছিল আৰু ১৮০৪ চনত ৰেল ইঞ্জিন আৱিস্কাৰ কৰিছিল।