পানী এক অমূল্য সম্পদ | Chapter 16 | Class 7 Chapter 16 New Science Question And Answer | Class 7 Chapter 16 Solution AJB |

অধ্যায়ঃ ১৬

পানী এক অমূল্য সম্পদ

  1. শুদ্ধ উত্তৰটো বাছি উলিওৱা ।

i ) তলৰ কোনটো পানীৰ ভৌতিক অৱস্থা নহয় ?

a ) বৰফ b ) ধোঁৱা c ) নিয়ৰ d ) জলীয় বাষ্প

উত্তৰঃ a ) বৰফ

ii ) উদ্যোগত পানীৰ ব্যৱহাৰ হ’ল—
a ) কেঁচা সামগ্ৰী হিচাপে b ) দ্রাবক হিচাপে c ) শীতলকাৰক হিচাপে d ) সকলােবােৰ

উত্তৰঃ b ) দ্রাবক হিচাপে

iii ) ভূ – জলস্তৰ কাৰণ হ’ল—

a ) বনাঞ্চল ধ্বংসকৰণ b ) বর্ধিত জনসংখ্যা c ) কৃষি কার্য d ) সকলােবােৰ

উত্তৰঃ a ) বনাঞ্চল ধ্বংসকৰণ

iv ) পানী সংৰক্ষণৰ এটা পদ্ধতি হল—

a ) বৰষুণৰ পানী সংৰক্ষণ b ) বনাঞ্চল ধ্বংসকৰণ c ) কৃষি কার্য d ) বর্ধিত জনসংখ্যা

উত্তৰঃ a ) বৰষুণৰ পানী সংৰক্ষণ

v )তলৰ কোনটো পানীৰ নাটনিৰ কাৰণ নহয় ?

a ) উদ্যোগজাত বিকাশ b ) জনসংখ্যা বৃদ্ধি c ) প্ৰচুৰ বৰষুণ d ) পানীৰ উৎসসমূহৰ অপৰিকল্পিত ব্যৱস্থাপনা ।

উত্তৰঃ c ) প্ৰচুৰ বৰষুণ

vi ) তলৰ কোনটো উক্তি সত্য ?

a ) পৃথিৱীৰ হ্রদ আৰু নদীসমূহৰ মুঠ পানী একে থাকে ।

b ) ভূ – জলৰ পৰিমাণ একে থাকে ।

c ) পৃথিৱীৰ সাগৰ – মহাসাগৰসমূহৰ পানী একে থাকে ।

d ) পৃথিৱীৰ মুঠ পানীৰ পৰিমাণ একে থাকে ।

উত্তৰঃ a ) পৃথিৱীৰ হ্রদ আৰু নদীসমূহৰ মুঠ পানী একে থাকে ।

  1. শুদ্ধ নে অশুদ্ধ লিখা ।

a ) ভূ – জলৰ পৰিমাণ নদী আৰু হ্রদত থকা পানীৰ পৰিমাণতকৈ বেছি । ( শুদ্ধ / অশুদ্ধ )

উত্তৰঃ অশুদ্ধ

b ) কেৱল গাঁও অঞ্চলত থকা জনসাধাৰণৰহে পানীৰ নাটনি হয় । ( শুদ্ধ / অশুদ্ধ )

উত্তৰঃ অশুদ্ধ।

c ) কেৱল নদীসমুহহে খেতিপথাৰত জলসিঞ্চনৰ বাবে ব্যবহৃত পানীৰ উৎস । ( শুদ্ধ / অশুদ্ধ )

উত্তৰঃ অশুদ্ধ

d ) বৰষুণেই হ’ল পানীৰ মূল উৎস । ( শুদ্ধ / অশুদ্ধ )

উত্তৰঃ অশুদ্ধ

e ) দমকলেৰে পানী উঠালে ভূ – জলস্তৰৰ কোনাে ক্ষতি নহয় । ( শুদ্ধ / অশুদ্ধ )

উত্তৰঃ শুদ্ধ

  1. খালী ঠাই পূৰ কৰাঁ ।

a ) পানীৰ তিনিওটা ভৌতিক অবস্থাই একমুখী ( উভমুখী / একমুখী )

b ) পানীৰ 0 ° C ( 0 ° C ) / 100 ° C ) উষ্ণতাত বৰফ হয় ।

c ) বাৰিষাকালত ( শীতকালত / বাৰিষাকালত ) নদীসমূহৰ জলপৃষ্ট বুদ্ধি পায় ।

d ) নদীৰ পানী গতি নিয়ন্ত্রণ আৰু বিতৰণৰ বাবে বান্ধ ( বান্ধ / কু ) নির্মাণ কৰা হয় ।

  1. চমুটোকা লিখা ।

a ) পৃষ্ঠ-জল

উত্তৰঃ

b ) ভূ – জল

উত্তৰঃ

c ) ভূ – জলন্তৰ

উত্তৰঃ

d ) হিউমাচ

উত্তৰঃ

e ) টোপাল জলসিঞ্চন

উত্তৰঃ

  1. চমু উত্তৰ দিয়া ।

a ) ) পানীৰ ভৌতিক অবস্থা তিনিটা কি কি ?

উত্তৰঃ

b ) ঘৰুৱা কামৰ বাবে নগৰ আৰু গাঁও অঞ্চলৰ মানুহে পানী কৰ ক’ৰপৰা পায় ?

উত্তৰঃ

c ) নিজৰাৰ কিদৰে উৎপত্তি হয় ?

উত্তৰঃ

d ) ভূ – জলস্তৰ কিদৰে পৰিপূর্ণ হয় ?

উত্তৰঃ

e ) পানীৰ নাটনিয়ে উদ্ভিদৰ ওপৰত কেনেদৰে প্ৰভাৱ পেলায় ?

উত্তৰঃ

  1. উত্তৰ দিয়া ।

a ) ধৰা হ’ল পঞ্চাছ ঘৰ মানুহৰ মাজত দহটা দমকল আছে । ইয়াৰ বাবে ভূ – জলস্তৰৰ ওপৰত কি সুদূৰপ্ৰসাৰী প্ৰভাৱ পৰিব ?

উত্তৰঃ

b ) ধৰা , তােমাৰ ঘৰত থকা ফুলৰ বাগিচাখন চোৱা – চিতাৰ দায়িত্ব তােমাৰ । ইয়াত পানীৰ ব্যৱহাৰ কিদৰে কমকৈ কৰিবা ?

উত্তৰঃ

c ) ভূ জলস্তৰ অৱক্ষয়ৰ কাৰণবােৰ আলােচনা কৰা ।

উত্তৰঃ

d ) পানীৰ সংৰক্ষণ কৰাটো কিয় প্রয়ােজনীয় ? পানী সংৰক্ষণৰ পদ্ধতিবােৰ উল্লেখ কৰাঁ ।

উত্তৰঃ