ভাৰতত ইংৰাজ সাম্রাজ্য বিস্তাৰ আৰু সুদৃঢ়কৰ | Chapter – 7 | Class 7 Social Science Chapter 7 Question And Answer Jatiya Vidyalaya | Class 7 Social Science Chapter 7 Solution AJB |

ভাৰতত ইংৰাজ সাম্রাজ্য বিস্তাৰ আৰু সুদৃঢ়কৰ

অধ্যায় – ৭

1) একোটিকৈ বাক্যত উত্তৰ লিখা :

( ক ) ৱাৰেণ হেষ্টিংছ কোন চনৰপৰা বংগদেশৰ গৱৰ্ণৰ হিচাপে নিযুক্ত হৈছিল ?

উত্তৰঃ

( খ ) কর্ণৱালিছৰ সময়ত অসমত হােৱা বিদ্রোহটোৰ নাম কি আছিল ?

উত্তৰঃ

( গ ) কর্ণৱালিছে প্ৰৱৰ্তন কৰা ৰাজহসম্পর্কীয় ব্যৱস্থাটোৰ নাম কি আছিল ?

উত্তৰঃ

( ঘ ) ভাৰতত ‘ বশ্যতামূলক মিত্ৰতা নীতি ’ কোনে প্রৱৰ্তন কৰিছিল ?

উত্তৰঃ

( ঙ ) এছিয়াটিক বেঙ্গল চছাইটি ’ কাৰ দিনত স্থাপন হৈছিল ?

উত্তৰঃ

২. খালী ঠাই পূৰ কৰা :

( ক ) বেন্টিংকৰ উদ্যোগতে ১৮৩৫ খ্রি.ত __মেডিকেল কলেজ স্থাপন হয় ।

( খ ) ১৭৭৩ খ্রি.ত_এক্ট প্রণয়ন হৈছিল । ওই

( গ ) _ৰ পিছত গৱৰ্ণৰ জেনেৰেল হৈ আহে লর্ড বেন্টিংক ।

( ঘ ) লর্ড কর্ণৱালিছৰ দিনতেই_অসমলৈ আহে ।

(ঙ )__খ্রি.ত বংগত দুর্ভিক্ষ হৈ বহু মানুহৰ মৃত্যু হৈছিল ।

৩। উত্তৰ লিখা :

( ক ) ক্লাইৱৰ পিছৰ আৰু ৱাৰেণ হেষ্টিংছৰ আগৰ গৱৰ্ণৰ দুজনৰ নাম কি কি আছিল ?

উত্তৰঃ

( খ ) বেন্টিংকৰ শাসন কালক কি বাবে দুভাগত ভগাব পাৰি লিখা ।

উত্তৰঃ

( গ )বশ্যতামূলক মিত্রতা নীতি ’ কি ?

উত্তৰঃ

( ঘ )“ চিৰস্থায়ী বন্দবস্ত ’ কোনজন গৱৰ্ণৰে প্ৰৱৰ্তন কৰিছিল ? আইনখন কিহৰ লগত জড়িত ?

উত্তৰঃ

( ঙ ) যন্ত্রশিল্পই সমাজলৈ অনা দুটা পৰিৱৰ্তন লিখা ।

উত্তৰঃ

চমু টোকা লিখা :

( ক ) ৰেগুলেটিং এক্ট

( খ ) পিটৰ ভাৰত আইন

( গ ) লর্ড কর্ণৱালিছ

( ঘ ) বশ্যতামূলক মিত্রতা নীতি

৫। বেন্টিংকৰ সামাজিক সংস্কাৰৰ বিষয়ে আলােচনা কৰাঁ ।