Folklore শব্দৰ অৰ্থ কি ?

উত্তৰঃ Folk সাধাৰণ মানুহ বা জনসমষ্টি, Lore সামূহিক জ্ঞান । অৰ্থাৎ জনসমষ্টিৰ ওপৰত সামূহিক চৰ্চা বা জ্ঞানাৰ্জন ।