Month: July 2022

পচতি উৎসৱত কিয় পিঠাগুড়ি ছটিয়াই দিয়া হয় ?

উত্তৰঃ পুতনা ৰাক্ষসিনীয়ে বিষাক্ত গাখীৰ খুৱাই শ্ৰীকৃষ্ণক হত্য়া কৰিব বিচাৰিছিল। এই ঘটনাৰ প্ৰতীক চিহ্ন হিচাপে পচতি উৎসৱত পিঠাগুড়ি মানুহৰ গাত ছটিয়াই দিয়া হয় ।