Month: July 2022

কামাখ্য়া মন্দিৰৰ সৈতে জড়িত প্ৰবাদটো কি ?

উত্তৰঃ কালিকা পুৰাণ আৰু যোগিনী তন্ত্ৰৰ উল্লেখ থকা অনুসৰি সতীৰ স্বামী শিৱক সতীৰ পিতৃ দক্ষ ৰজাই অপমান কৰাৰ পিছত সতীয়ে খঙতে দেহত্য়াগ কৰিছিল। শিৱই সতীৰ মৃতদেহ কঢ়িয়াই লৈ ত্ৰিভুৱনত ঘূৰি ফুৰোতে সতীৰ দেহৰ অংগ এটা এটাকৈ পৰি ঘৈছিল। সতীৰ যোনিদ্বাৰ পৰা ঠাইত অৰ্থাৎ নীলাচল পাহাৰত কামাখ্য়া মন্দিৰত নিৰ্মাণ কৰা হৈছে ।