উত্তৰঃ ২৭ জানুৱাৰীৰ দিনটো।
Month: July 2022
বুছু উৎসৱ কেতিয়া পালন কৰা হয় ?
উত্তৰঃ সাধাৰণতে শুক্ল পক্ষৰ সোমবাৰ, মঙলবাৰ, বুধবাৰ আৰু শুকুৰবাৰে বুছু উৎসৱ পালন কৰা হয়।
ডিমাছাসকলে বুছু উৎসৱ কেতিয়া পালন কৰে ?
উত্তৰঃ ডিমাছাসকলে শালি খেতি চপোৱাৰ পিছত মাত্ৰ এটা বিহু অৰ্থাৎ বুছু পালন কৰে ।
ডিমাছাসকলৰ একমাত্ৰ বিহুটো কি ?
উত্তৰঃ বুছু ।