Month: July 2022

মাইকুচুফ্ৰাইৰ অৰ্থ কি ?

উত্তৰঃ মাইকুচুফ্ৰাইৰ অৰ্থ মাই মানে-খৰি, কু মানে-জাপি থোৱা দ’ম, চুম মানে-সংযোগ কৰা আৰু ফ্ৰাই মানে-জুই। দ’ম কৰি জাপি থোৱা খৰিত অগ্নি সংযোগ কৰা।