অ’জিয়ালি উৎসৱৰ প্ৰধান বিশেষত্ব কি ?

উত্তৰঃ অ’জিয়ালি উৎসৱৰ প্ৰধান বিশেষত্ব এয়াই যে এই উৎসৱৰ সময়ত গাহৰিৰ ছাল বিনিময়ৰ যোগেদি গাঁৱৰ মুখীয়ালসকলে বন্ধুত্বৰ ভাব বিনিময় কৰে ।