অসমৰ লোক-সংস্কৃতিক প্ৰধানকৈ কেইটা ভাগত ভগোৱা হৈছে ?

উত্তৰঃ অসমৰ লোক সংস্কৃতিক নৃতাত্ত্বিক পণ্ডিতসকলে প্ৰধানকৈ দুটা ভাগত ভগাইছে। সেয়া হ’ল- মৌখিক লোক সংস্কৃতি আৰু ব্য়ৱহাৰিক তথা আচাৰ-অনুষ্ঠান সম্পৰ্কীয় লোক সংস্কৃতি ।